- BA (GAUHATI UNIVERSITY)
- _Political Science
- _HS (AHSEC)
ড° এ.পি.জে. আব্দুল কালাম ৰচনা লিখা | Dr. APJ Abdul Kalam Essay in Assamese | Essay on Dr. APJ Abdul kalam in Assamese
Hello Dear, (Students) ছাত্র-ছাত্রীসকল আজি আমি আলোচনা কৰিম ড° এ.পি.জে. আব্দুল কালাম'ৰ বিষয়ে অসমীয়া ৰচনা কেনেকৈ লিখিব লাগে । I hope you will get Dr. APJ Abdul Kalam's Essay in Assamese from this article. So let's get started without wasting too much time.
ড° এ.পি.জে. আব্দুল কালাম ৰচনা লিখা Dr. APJ Abdul Kalam Essay in Assamese
Many Teachers & students search for best Essay on Dr. APJ Abdul kalam in Assamese, English & Bengali. How to write a essay on APJ Abdul Kalam: ইয়াত সহজ আৰু সৰল ভাষাত আমি ড° এ. পি. জে. আব্দুল কালাম বিষয়ে অসমীয়া ৰচনা লৈ আনিছো, আশা কৰো পঢ়ি ভাল পাব ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু কিবা ভুল দেখিলে জনাব । আহক আৰম্ভ কৰো পঢ়া...
ড° এ. পি. জে. আব্দুল কালামৰ বিষয়ে অসমীয়া ৰচনা
আৰম্ভণিঃ
“তুমি মােৰ আটাইতকৈ প্রিয় ছাত্র। মােৰ দৃঢ় বিশ্বাস, তােমাৰ কঠোৰ পৰিশ্ৰমে ভৱিষ্যতে আমাৰ শিক্ষকসকলৰ নাম উজ্জ্বল কৰিব।”– ভাৰতৰ প্ৰাক্তন ৰাষ্ট্রপতি ড° এ. পি. জে. আব্দুল কালামক তেওঁৰ কলেজীয়া জীৱনতে তেওঁৰ এজন শিক্ষকে এনেদৰে কৈছিল। তেওঁৰ সেই মন্তব্য যে কিমান সঁচা আছিল, তাক দোহৰাৰ কোনাে প্রয়ােজন নাই। আজি তেওঁৰ কৰ্ম আৰু সাধনাই সঁচাকৈয়ে তেওঁৰ শিক্ষকসকলৰ নাম গােটেই বিশ্বতে উজলাই তুলিছে।
জন্ম আৰু বংশ পৰিচয়ঃ
‘মিছাইল মানৱ’ হিচাপে খ্যাত ড° আব্দুল কালামৰ ১৯৩১ চনৰ ১৫ অক্টোবৰৰ দিনা দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যৰ ৰামেশ্বৰম্ নামৰ এখন সৰু দ্বীপ নগৰীত জন্ম হয়। এটা অল্প-শিক্ষিত পৰিয়ালত জন্ম গ্ৰহণ কৰা কৰ্মযোগী ড° কালামৰ সম্পূৰ্ণ নাম- আঙুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম। তেওঁৰ নামৰ ইংৰাজী বানান এনে ধৰণৰ- AVUL PAKIR JAINULABEDIN ABDUL KALAM । তেওঁলোকৰ নাম ৰখাৰ পৰম্পৰা অনুসৰি নিজৰ নামৰ আগত ক্ৰমান্বয়ে দেউতাকৰ নাম, ককাকৰ নাম আৰু আজো ককাকৰ নাম সন্নিৱিষ্ট কৰা হৈছে।
ড° কালামৰ দেউতাক জয়নুল আবেদিনৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল। তেওঁলোক বহু ধন-সম্পত্তি থকা মানুহো নাছিল। তেওঁৰ মাতৃ আছিয়াম্মা এগৰাকী আদৰ্শ গৃহিণী আছিল। আছিয়াম্মা এটা মানী বংশৰ জীয়ৰী আছিল৷ তেওঁৰ বংশৰে এজনক বৃটিছসকলে ‘বাহাদুৰ’ উপাধি প্ৰদান কৰিছিল।
ড° কালামৰ পিতৃৰ কেইবাখনো নাও আছিল। সেই নাওকেইখনৰ ওপৰতে তেওঁলোকৰ পৰিয়ালটোৰ জীৱিকা নিৰ্বাহ হৈছিল। তেওঁ সেইবোৰ ভাৰাত দিছিল। দেউতাকে সাগৰৰ উপকূলত নাও বনোৱাৰ কামো কৰিছিল। এবাৰ ধুমুহাত তেওঁলোকৰ কেইবাখনো নাও নষ্ট হয়।
প্ৰাৰম্ভিক শিক্ষাঃ
ড° কালামৰ শিক্ষা জীৱনৰ পাতনি মেলে ৰামেশ্বৰমৰে এখন প্ৰাথমিক বিদ্যালয়ত। তাৰ পিছত তেওঁ ৰামনাথপুৰমৰ শ্বেৱাৰ্টজ হাইস্কুলত পঢ়িবলৈ যায়। তাতেই তেওঁ ইয়াদুৰাই চলমন নামৰ এজন পণ্ডিতক লগ পায়। তেওঁ ড° কালামৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল। পণ্ডিত ইয়াদুৰাই চলমনে কালামহঁতক প্ৰায়ে কৈছিল। “জীৱনত কৃতকার্য হ’বলৈ আৰু মনে বিচৰা ফল লাভ কৰিবলৈ তোমালোকে তিনিটা ঘাই শক্তি বা গুণ আয়ত্ত কৰিব লাগিব। সেইকেইটা হ’ল- ইচ্ছা, বিশ্বাস আৰু আশা। মনত ৰাখিবা, নিষ্ঠা আৰু বিশ্বাসৰ গুণত তোমালোকে নিজৰ ভাগ্যক নিজে গঢ় দিব পাৰিবা।”
১৯৫০ চনত তেওঁ ইণ্টাৰ্মিডিয়েট পঢ়িবলৈ তিৰুচ্চিৰাপল্লীৰ ছেণ্ট জোছেফ্ কলেজত নাম লগায়। তাৰপৰা বিজ্ঞান বিষয়ত স্নাতক ডিগ্রী লাভ কৰাৰ পিছত তেওঁ ১৯৫৪-১৯৫৭ চনত মাদ্ৰাজ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা এৰোনটিকেল ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্ৰম কৰিছিল ৷
১৯৫৮ চনত এইচ. এ. এল.ৰপৰা এৰ’নটিকেল ইঞ্জিনীয়াৰ হৈ ওলাই আহিয়েই তেওঁ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্রণালয়ৰ অধীনস্থ কাৰিকৰী বিকাশ আৰু উৎপাদন সঞ্চালকালয়ত, চমুকৈ ডি. টি. ডি. এণ্ড পি. (এয়াৰ)ত এটা চাকৰি পাই যায়।
ড° এ.পি.জে. আব্দুল কালামৰ কৰ্মজীৱনঃ
ড° কালামে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ৷ ১৯৫৮ চনত ডি আৰ ডি অ’ত এৰ'নৌটিকেল ডেভেল'পমেণ্ট এষ্টাব্লিশ্বমেণ্টত মুখ্য বিজ্ঞানী হিচাবে যোগদান কৰে। ইয়াত তেওঁ বিখ্যাত ভাৰতীয় বৈজ্ঞানিক তত্ত্বাবধানত কাম কৰিছিল।
১৯৬২ চনত তেওঁ মহাকাশ গৱেষণা কেন্দ্ৰত নিযুক্তি পায়। পৰৱৰ্তী কালত কেৰালাৰ থুম্বাত প্রতিষ্ঠিত উপগ্রহ উৎক্ষেপণ কেন্দ্ৰত তেওঁক বিশেষ দায়িত্ব দি পঠোৱা হয়। পিছত তেওঁৰ ওপৰত এছ. এল. ভি.ৰ সঞ্চালকৰ দায়িত্ব অর্পিত হয়।
১৯৮০ চনৰ ১৮ জুলাই তাৰিখে ‘ৰোহিণী’ উপগ্ৰহৰ উৎক্ষেপণ ড° কালামৰ জীৱনৰ এটা ডাঙৰ কৃতিত্ব। তেওঁ তেওঁৰ কৰ্ম-জীৱনৰ ১৯টা বছৰ ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ কামত ব্যয় কৰে।
১৯৮২ চনত তেওঁ ভাৰতৰ মিছাইল উন্নয়ন প্রকল্পত কাম কৰিবলৈ আৰম্ভ কৰে। ইন্টিগ্রেটেড গাইডেড মিছাইল ডেভেলপমেণ্ট আঁচনিৰ বিজ্ঞানী হিচাপে তেওঁ ভাৰতৰ প্ৰতিৰক্ষা আৰু মিছাইলৰ ক্ষেত্ৰত উল্লেখযোগ্য সঁহাৰি আগ বঢ়ায়। এই আঁচনিৰ অধীনতে ‘অগ্নি’ আৰু ‘পৃথ্বি’ মিছাইল উৎক্ষেপণ কৰা হয় ৷ ড° কালামৰ তত্ত্বাৱধানতে ১৯৯৮ চনত ভাৰতে এলানি পাৰমাণবিক বোমাৰ পৰীক্ষামূলক বিস্ফোৰণ ঘটায়।
১৯৯২ চনত তেওঁক প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈজ্ঞানিক পৰামৰ্শদাতা হিচাপে নিয়োগ কৰা হয় । তাৰ লগতে তেওঁক জেনেৰেল অব্ ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰগানাইজেচনৰ সঞ্চালকৰ পদত অভিষিক্ত কৰা হয় ৷
১৯৯৯ চনৰ নৱেম্বৰৰ পৰা ২০০১ চনৰ নৱেম্বৰ মাহলৈ তেওঁ কেন্দ্ৰীয় চৰকাৰৰ মুখ্য বৈজ্ঞানিক পৰামৰ্শদাতা হিচাপে কাম কৰে। ২০০১ চনত তেওঁ চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ৰ গৱেষণামূলক কামত নিজকে জড়িত কৰি বহুতো উন্নয়নমূলক কাম কৰে । পিছত এই বিশ্ববিদ্যালয়খনে তেওঁলৈ ‘প্ৰফেছৰ এমিৰিটাছ’ উপাধি আগবঢ়ায়।
বঁটা আৰু সন্মানঃ — ড° এ.পি.জে. আব্দুল কালাম
দেশ আৰু জাতিৰ উন্নতিৰ বাবে আগবঢ়োৱা নানা ধৰণৰ সেৱামূলক কামৰ বাবে ভাৰত চৰকাৰে তেওঁলৈ ১৯৮১ চনত পদ্মভূষণ, ১৯৯০ চনত পদ্মবিভূষণ আৰু ১৯৯৭ চনত ভাৰত ৰত্ন বঁটা আগবঢ়ায়। ইতিমধ্যে আঠাইশখনৰো অধিক বিশ্ববিদ্যালয়ে তেওঁক ডি. এছ. চি. (D. Sc-Doctor of Science) উপাধি প্রদান করে।
ইতিমধ্যে তেওঁলৈ ভালেকেইটা বঁটা আগবঢ়োৱা হয়। সেইবোৰ এনে ধৰণৰ- নেচনেল ডিজাইন এৱাৰ্ড, ড° বীৰেন ৰয় স্পেছ এৱাৰ্ড, প্ৰফেছৰ ওৱাই নায়াডুম্মা মেম’ৰিয়েল গ’ল্ড মেডেল (১৯৯৬), ডি. এম. মোডি এৱাৰ্ড ফৰ ছায়েন্স (১৯৯৬), আৰ. কে. ফিডিয়া এৱাৰ্ড ফৰ এক্সেলেন্স ইন ছায়েন্স এগু টেকন’ল’জি (১৮৯৬), জাতীয় সংহতিৰ ইন্দিৰা গান্ধী বঁটা (১৯৯৭), বীৰ ছাভাৰকাৰ বঁটা (১৯৯৮), আর্যভট্ট বঁটা।
ৰাষ্ট্ৰপতি নির্বাচনঃ — ড° এ.পি.জে. আব্দুল কালাম
ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰি ৰাষ্ট্ৰৰ উদ্দেশ্যে দিয়া দহ মিনিটৰ ভাষণত দেশৰ সামৰিক আৰু অর্থনৈতিক আত্মনির্ভৰশীলতাৰ ওপৰত অধিক গুৰুত্ব দিয়ে। তেওঁ সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদ বন্ধ কৰাৰ ওপৰতো গুৰুত্ব দিয়ে। দেশৰ পৰা দৰিদ্ৰতা দূৰ কৰা, নিৱনুৱা সমস্যা দূৰ কৰা, ৰাষ্ট্ৰীয় নিৰাপত্তা নিশ্চিত কৰা ইত্যাদিৰ ওপৰতো তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে। ২০০৭ চনৰ ২৫ জুলাইলৈকে তেখেত ভাৰবৰ্ষৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল।
২০১৫ চনৰ ২৭ জুলাইত শ্বিলঙৰ ইণ্ডিয়ান ইন্সটিটিউট অৱ মেনেজমেণ্টৰ এটি অনুষ্ঠানত ভাষণ দি থকা অৱস্থাত হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ এইদন মণিষীৰ পৰলোকপ্রাপ্তি ঘটে।
মৃত্যুঃ
২০১৫ চনৰ ২৭ জুলাইত শ্বিলঙৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টত বক্তৃতা প্ৰদান কৰি থকা অৱস্থাত অসুস্থ হৈ পৰা কালামক তৎকালীনভাৱে চিকিৎসালয়লৈ লৈ গৈ তেওঁক আই-চি-ইউত ভৰ্ত্তি কৰোৱা হ'ল। সুস্থ কৰি তুলিবলৈ চেষ্টা কৰা পাছতো হৃদয়ন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ চিকিৎসালয়ত তেখেতৰ মৃত্যু ঘটে।
সামৰণিঃ
কালামৰ উত্তৰাধিকাৰীয়ে প্ৰজন্মৰ যুৱ সকলক তেওঁলোকৰ সপোন অনুসৰণ কৰিবলৈ আৰু বিশ্বৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাবলৈ অনুপ্ৰাণিত কৰি আহিছে। তেওঁৰ জীৱন কাহিনী হৈছে নম্ৰ আৰম্ভণিৰ এজন ব্যক্তিয়ে কেনেকৈ অধ্যৱসায় আৰু উৎকৃষ্টতাৰ প্ৰতি প্ৰতিশ্ৰুতিৰ জৰিয়তে মহানতা অৰ্জন কৰিব পাৰে তাৰ এক উজ্জ্বল উদাহৰণ।
Q. ভাৰতৰ ক্ষেপণাস্ত্ৰ আৰু মহাকাশ কাৰ্যসূচীত এ পি জে আব্দুল কালামে কি অৱদান আগবঢ়াইছিল?
- Ans. ভাৰতৰ প্ৰথম উপগ্ৰহ উৎক্ষেপণ বাহন (এছএলভি-৩) আৰু অগ্নি আৰু পৃথ্বী মিছাইলৰ বিকাশত কালামে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
Q. এ পি জে আব্দুল কালামৰ ৰাষ্ট্ৰপতিত্ব কিহৰ ওপৰত কেন্দ্ৰীভূত আছিল?
- Ans. কালামৰ ৰাষ্ট্ৰপতিত্বশিক্ষাৰ প্ৰচাৰ আৰু যুৱ সকলক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত কেৰিয়াৰ গঢ়ি তুলিবলৈ উৎসাহিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
Q. এ পি জে আব্দুল কালামৰ জন্ম কোন চনত হৈছিল?
- Ans. ১৯৩১ চনৰ ১৫ অক্টোবৰত
Q. How to write a paragraph on APJ Abdul Kalam?
Ans. Dr. APJ Abdul Kalam is a famous name all over the world. He is considered one of the greatest scientists of the 21st century. Moreover, he served his country as the eleventh President of India. He was the most valued man in the country because his contributions as a scientist and as president were beyond compare.
LearningPointAssam.com
You may like these posts.
Learning Point Assam
- Privacy Policy
Contact form
APJ ABDUL KALAM Essay In Assamese
APJ ABDUL KALAM Essay In Assamese যদি আপোনালোকে ইয়াত আহিছে তেন্তে আপুনি ঠিক ঠাইত আছে। ইয়াত আমি Assamese Medium ৱেবচাইটৰ জৰিয়তে আপোনালোকৰ বাবে বিভিন্ন প্ৰকাৰৰ সমস্যাৰ সমাধান দিবলৈ প্ৰয়াস কৰিছো।
আজি আমি APJ ABDUL KALAM Essay In Assamese আপোনালোকৰ বাবে লৈ আহিছোঁ যিয়ে আপোনাক আগন্তুক HSLC 2024 Final Exam আৰু HS 2024 Final Exam ৰ বাবে বহুত সহায় কৰিব।
- ছাত্ৰৰ কৰ্তব্য
- অসমৰ বানপানী আৰু প্ৰতিকাৰ
- ছ’চিয়েল মেডিয়া আৰু ছাত্ৰ সমাজ
- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
APJ ABDUL KALAM Essay In Assamese 2024
আৰম্ভণি : “তুমি মােৰ আটাইতকৈ প্রিয় ছাত্র। মােৰ দৃঢ় বিশ্বাস, তােমাৰ কঠোৰ পৰিশ্ৰমে ভৱিষ্যতে আমাৰ শিক্ষকসকলৰ নাম উজ্জ্বল কৰিব।”– ভাৰতৰ প্ৰাক্তন ৰাষ্ট্রপতি ড° এ. পি. জে. আব্দুল কালামক তেওঁৰ কলেজীয়া জীৱনতে তেওঁৰ এজন শিক্ষকে এনেদৰে কৈছিল। তেওঁৰ সেই মন্তব্য যে কিমান সঁচা আছিল, তাক দোহৰাৰ কোনাে প্রয়ােজন নাই। আজি তেওঁৰ কৰ্ম আৰু সাধনাই সঁচাকৈয়ে তেওঁৰ শিক্ষকসকলৰ নাম গােটেই বিশ্বতে উজলাই তুলিছে।
জন্ম আৰু বংশ পৰিচয় : ‘মিছাইল মানৱ’ হিচাপে খ্যাত ড° আব্দুল কালামৰ ১৯৩১ চনৰ ১৫ অক্টোবৰৰ দিনা দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যৰ ৰামেশ্বৰম নামৰ এখন সৰু দ্বীপ নগৰীত জন্ম হয়। এটা অল্প-শিক্ষিত পৰিয়ালত জন্ম গ্রহণ কৰা কর্মযােগী ড° কালামৰ সম্পূর্ণ নামঃ আভূল পাকিৰ বংশ পৰিচয় জয়নুলআবেদিন আব্দুল কালাম। তেওঁৰ নামৰ ইংৰাজী বানান এনে ধৰণৰঃ AVUL PAKIR JAINULABEDIN ABDUL KALAM। তেওঁলােকৰ নাম ৰখাৰ পৰম্পৰা অনুসৰি নিজৰ নামৰ আগত ক্রমান্বয়ে দেউতাকৰ নাম, ককাকৰ নাম আৰু আজো ককাকৰ নাম সন্নিৱিষ্ট কৰা হৈছে।
ড° কালামৰ দেউতাক জয়নুলআবেদিনৰ কোনাে আনুষ্ঠানিক শিক্ষা নাছিল। তেওঁলােক বহু ধন-সম্পত্তি থকা মানুহাে নাছিল। তেওঁৰ মাতৃ আছিয়াম্মা এগৰাকী আদর্শ গৃহিণী আছিল। আছিয়াম্মা এটা মানী বংশৰ জীয়ৰী আছিল। তেওঁৰ বংশৰে এজনক বৃটিছসকলে ‘বাহাদুৰ’ উপাধি প্রদান কৰিছিল।
ড° কালামৰ পিতৃৰ কেইবাখনো নাওঁ আছিল। সেই নাওঁকেইখনৰ ওপৰতে তেওঁলোকৰ পৰিয়ালটোৰ জীবিকা নির্বাহ হৈছিল। তেওঁ সেইবােৰ ভাৰাত দিছিল। দেউতাকে সাগৰৰ উপকূলত নাওঁ বনোবাৰ কামো কৰিছিল। এবাৰ ধুমুহাত তেওঁলোকৰ কেইবাখনো নাওঁ নষ্ট হয়।
শিক্ষা আৰু ছাত্র জীৱন : ড° কালামৰ শিক্ষা-জীৱনৰ পাতনি মেলে ৰামেশ্বৰমৰে এখন প্ৰাথমিক বিদ্যালয়ত। তাৰ পিছত নিলগৰ ৰামনাথপুৰম চহৰত অবস্থিত শ্বাটজ হাই স্কুলত পঢ়িবলৈ যায়। তাতেই তেওঁ ইয়াদুৰাই চলমন নামৰ এজন পণ্ডিত লগ পায়। তেওঁ ড° কালামৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল। পণ্ডিত ইয়াদুৰাই চলমনে কালামহতক প্ৰায়ে কৈছিল। “জীৱনত কৃতকার্য হ’বলৈ আৰু মনে বিচৰা ফল লাভ কৰিবলৈ তােমালােকে তিনিটা ঘাই শক্তি বা গুণ আয়ত্ত কৰিব লাগিব। সেইকেইটা হ’ল- ইচ্ছা, বিশ্বাস আৰু আশা। মনত ৰাখিবা, নিষ্ঠা আৰু বিশ্বাসৰ গুণত তােমালোকে নিজৰ ভাগ্য নিজে গঢ় দিব পাৰিবা।”
১৯৫০ চনত তেওঁ ইণ্টাৰমিডিয়েট পঢ়িবলৈ তিৰুচ্চিৰাপল্লীৰ ছেন্ট জোছেফ কলেজত নাম লগায়। তাৰপৰা বিজ্ঞান বিষয়ত স্নাতক ডিগ্রী লাভ কৰাৰ পিছত ১৯৫৪ চনত তেওঁ ইঞ্জিনীয়াৰিং পঢ়িবলৈ মাদ্রাজ ইনষ্টিটিউট অব টেকন’লজি (এম. আই. টি.)ত নাম লগায়। তাত নাম লগাবলৈ প্রয়ােজন হােৱা এহেজাৰ টকা তেওঁৰ জোহৰা নমৰ ভনীয়েকজনীয়ে নিজৰ হাতৰ কাণৰ সােণৰ গহণা কেইপদমান বন্ধকত থৈ যােগাৰ কৰিছিল। এম. আই. টি.ৰ দ্বিতীয় বর্ষাত তেওঁৰ বৈমানিক ইঞ্জিনীয়াৰিঙক (এৰ’নটিকেল ইঞ্জিনীয়াৰিঙক) প্রধান বিষয় হিচাপে বাছি লায়। এম. আই. টি. তে তেওঁ কেইজনমান পণ্ডিত ব্যক্তিক লগ পাইছিল।
এম. আই. টিৰ পৰা তেওঁক প্রশিক্ষণৰ বাৰে বাঙ্গালােৰত অৱস্থিত হিন্দুস্থান এৰোন’টিকছ লিমিটেড (এইচ. এ. এল.)লৈ পঠোৱা হয়।
১৯৫৮ চনত এইচ. এ. এলৰপৰা এৰ’নটিকেল ইঞ্জিনীয়াৰ হৈ ওলাই আহিয়েই তেওঁ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্রণালয়ৰ অধীনস্থ কাৰিকৰী বিকাশ আৰু উৎপাদন সঞ্চালকালয়ত, চমুকৈ ডি. টি. ডি, এণ্ড পি. (এয়াৰ)ত এটা চাকৰি পাই যায়। চাকৰিটো আছিল জ্যেষ্ঠ বৈজ্ঞানিক সহকাৰীৰ পদ। এইখিনি সময়তে তেওঁ শব্দতকৈও দ্রুতগতিসম্পন্ন লক্ষ্যভেদী বিমান এখনৰ আৰ্হি প্ৰস্তুত কৰি সকলােৰে প্ৰশংসা লাভ কৰে।
কর্ম-জীৱন : প্ৰথমতে তেওঁক টেকনিকেল চেণ্টাৰ (অসামৰিক বিমান পৰিবহণ)ত নিযুক্তি দিয়া হৈছিল। কিন্তু বিমানৰ ৰক্ষণ-প্ৰতিৰক্ষণৰ জ্ঞান লাভ কৰাৰ বাবে তেওঁক কানপুৰত থকা বিমান আৰু অস্ত্র-শস্ত্ৰ পৰীক্ষণ কেন্দ্ৰলৈ পঠিয়ায়। তাত তেওঁ নানা ধৰণৰ পৰীক্ষা-নিৰীক্ষাত আত্মনিয়ােগ কৰে। তাৰ কেইবছৰমান পিছত বাঙ্গালােৰত বৈমানিক উন্নয়ন প্রতিষ্ঠান (এ, ডি, আই.) স্থাপন কৰা হয়। সেই নতুন প্রতিষ্ঠানটোলৈ তেওঁক স্থানান্তৰ কৰা হয়। সেই সময়ছােৱাত তেওঁৰ বিশেষভাবে উল্লেখযােগ্য কামটো আছিল দেশীয় ভাসমান যান (হােভাৰ ক্ৰাফ্ট) তৈয়াৰ কৰাটো। কিন্তু ৰাজনৈতিক মেৰপাকত পৰি হােভাৰ ক্ৰাফ্টৰ আঁচনিত যতি পৰে।
১৯৬২ চনত তেওঁ মহাকাশ গৱেষণা কেন্দ্ৰত নিযুক্তি পায়। পৰৱৰ্তী কালত কেৰালাৰ থুম্বাত প্রতিষ্ঠিত উপগ্রহ উৎক্ষেপণ কেন্দ্ৰত তেওঁক বিশেষ দায়িত্ব দি পঠোৱা হয়। পিছত তেওঁৰ ওপৰত এছ, এল. ভি. ৰ সঞ্চালকৰ দায়িত্ব অর্পিত হয়।
১৯৮০ চনৰ ১৮ জুলাই তাৰিখে ‘ৰােহিণী’ উপগ্ৰহৰ উৎক্ষেপণ ড° কালামৰ জীৱনৰ এটা ডাঙৰ কৃতিত্ব। তেওঁ তেওঁৰ কৰ্ম-জীৱনৰ ১৯টা বছৰ ভাৰতীয় মহাকাশ গবেষণা প্রতিষ্ঠানৰ কামত ব্যয় কৰে।
১৯৮২ চনত তেওঁ ভাৰতৰ মিছাইল উন্নয়ন প্রকল্পত কাম কৰিবলৈ আৰম্ভ কৰে। ইন্টিগ্রেটেড গাইডেড মিছাইল ডেভেলপমেন্ট আঁচনিৰ বিজ্ঞানী হিচাপে তেওঁ ভাৰতৰ প্ৰতিৰক্ষা আৰু মিছাইলৰ ক্ষেত্ৰত উল্লেখযােগ্য সঁহাৰি আগ বঢ়ায়। এই আঁচনিৰ অধীনতে ‘অগ্নি’ আৰু ‘পৃথ্বি’ মিছাইল উৎক্ষেপণ কৰা হয়। ড° কালামৰ তত্ত্বাৱধানতে ১৯৯৮ চনত ভাৰতে এলানি পাৰমাণৱিক বােমাৰ পৰীক্ষামূলক বিস্ফোৰণ ঘটায়।
১৯৯২ চনত তেওঁক প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈজ্ঞানিক পৰামৰ্শদাতা হিচাপে নিয়ােগ কৰা হয়। তাৰ লগতে তেওঁক জেনেৰেল অব ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেলপমেন্ট অৰগানাইজেচনৰ সঞ্চালকৰ পদত অভিষিক্ত কৰা হয়।
১৯৯৯ চনৰ নৱেম্বৰৰ পৰা ২০০১ চনৰ নৱেম্বৰ মাহলৈ তেওঁ কেন্দ্রীয় চৰকাৰৰ মুখ্য বৈজ্ঞানিক পৰামর্শদাতা হিচাপে কাম কৰে। ২০০১ চনত তেওঁ চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ৰ গৱেষণামূলক কামত নিজকে জড়িত কৰি বহুতাে উন্নয়নমূলক কাম কৰে। পিছত এই বিশ্ববিদ্যালয়খনে তেওঁলৈ ‘প্ৰফেছৰ এমিৰিটাছ’ উপাধি আগবঢ়ায়।
বটাঁ-সন্মান : দেশ আৰু জাতিৰ উন্নতিৰ বাবে আগবঢ়োৱা নানা ধৰণৰ সেৱামূলক কামৰ বাবে ভাৰত চৰকাৰে তেওঁলৈ ১৯৮১ চনত পদ্মভূষণ, ১৯৯০ চনত পদ্মবিভূষণ আৰু ১৯৯৭ চনত ভাৰত ৰত্ন বঁটা আগবঢ়ায়। ইতিমধ্যে আঠাইশখনৰাে অধিক বিশ্ববিদ্যালয়ে তেওঁক ডি. এছ. চি. (D. Sc-Doctor of Science) উপাধি প্রদান কৰে।
ইতিমধ্যে তেওঁলৈ ভালেকেইটা বঁটা আগবঢ়োৱা হয়। সেইবােৰ এনে ধৰণৰঃ নেচনেল ডিজাইন এৱাৰ্ড, ড° বীৰেন ৰয় স্পেছ এৱাৰ্ড, প্রফেছৰ ওৱাই নায়াডুম্মা মেম’ৰিয়েল গ’ল্ড মেডেল (১৯৯৬), ডি. এম. মােডি এৱাৰ্ড ফৰ ছায়েন্স (১৯৯৬), আৰ. কে. ফিৰডিয়া এৱাৰ্ড ফৰ এক্সেলেন্স ইন ছায়েন্স এণ্ড টেকন’লজি (১৮৯৬), জাতীয় সংহতিৰ ইন্দিৰা গান্ধী বঁটা (১৯৯৭), বীৰ ছাভাৰকাৰ বঁটা (১৯৯৮), আর্যভট্ট বটা।
শিল্প-সাহিত্য সাধনা : ড° কালাম অকল বিজ্ঞানী বা প্রশাসনিক নেতাই নহয়, তেওঁ এজন শিল্প-সংস্কৃতিপ্রেমী আৰু সাহিত্যৰ সাধকো। আজৰি সময়ত তেওঁ বীণা বজায়। কর্ণাটকী সংগীতৰ তেওঁ এজন ৰসগ্রাহী পণ্ডিত। তেওঁ লিখা-মেলাও কৰে। তামিল ভাষাত তেওঁ ভালেখিনি কবিতা ৰচনা কৰিছে। তাৰে ১৭টা কবিতা ইংৰাজীলৈ অনুবাদ কৰি তেওঁ এখন সংকলন প্রকাশ কৰিছে। ‘My Journey’ নামৰ এই কবিতা সংকলনখন ১৯৯৪ চনত প্রকাশ পায়। তেওঁৰ প্রকাশিত ইংৰাজী গ্রন্থকেইখনৰ নামঃ India 2020: A vision for the new Millennium’, ‘Wings of Fire: An Autobiography’, ‘Ignited Minds- unleashing the power withing India’।
ৰাষ্ট্ৰপতি নিৰ্বাচন : এই বিজ্ঞানীজনেই ২০০২ চনৰ ২৫ জুলাই তাৰিখে ভাৰত গণৰাজ্যৰ ৰাষ্ট্রপতি পদত অধিষ্ঠিত হয়। ৰাষ্ট্রপতি হােৱা সময়ত তেওঁৰ বয়স হৈছিল ৭০ বছৰ ৯ মাহ ১০ দিন। ৰাষ্ট্রপতি হিচাপে শপত গ্ৰহণ কৰি ৰাষ্ট্ৰৰ উদ্দেশ্যে দিয়া দহ মিনিটৰ ভাষণত দেশৰ সামৰিক আৰু অর্থনৈতিক আত্মনিৰ্ভৰশীলতাৰ ওপৰত অধিক গুৰুত্ব দিয়ে। তেওঁ সীমান্তৰ সিপাৰৰ পৰা হােৱা সন্ত্রাসবাদ বন্ধ কৰাৰ ওপৰতাে গুৰুত্ব দিয়ে। দেশৰ পৰা দৰিদ্রতা দূৰ কৰা, নিৱনুৱা সমস্যা দূৰ কৰা, ৰাষ্ট্ৰীয় নিৰাপত্তা নিশ্চিত কৰা ইত্যাদিৰ ওপৰতাে তেওঁ বিশেষ গুৰুত্ব আৰােপ কৰে। ২০০৭ চনৰ ২৫ জুলাইলৈকে তেখেত ভাৰতবৰ্ষৰ ৰাষ্ট্রপতি পদত অধিষ্ঠিত হৈ আছিল।
২০১৫ চনৰ ২৭ জুলাইত শ্বিলঙৰ ইণ্ডিয়ান ইন্সটিটিউট অৱ মেনেজমেণ্টৰ এটি অনুষ্ঠানত ভাষণ দি থকা অৱস্থাত হঠাৎ হৃদৰােগত আক্ৰান্ত হৈ এইজন মণিষীৰ পৰলােকপ্ৰাপ্তি ঘটে।
সামৰণি : ড° আব্দুল কালাম এজন আশাবাদী মনৰ ব্যক্তি। তেওঁ মনত কোনাে ধৰণৰ নিৰাশাক ঠাই ল’বলৈ নিদিয়ে। তেওঁ এজন উচ্চাকাংক্ষী মনৰ মানুহ। সেয়ে তেওঁ দেশৰ যুৱসমাজক উদ্দেশ্য কৰি কৈছে যে সংকীর্ণ আৰু তুচ্ছ লক্ষ্য স্থিৰ কৰি আগুৱাই যােৱাটো এটা অপৰাধ। তেওঁ এজন কঠোৰ পৰিশ্ৰমী ব্যক্তি। তেওঁৰ সেই পৰিশ্রম অথলে যােৱা নাই। তেওঁ সময়ৰ কাম সময়ত সমাধা কৰে।
তেওঁৰ দ্বাৰা অনুপ্রাণিত হৈ আমিও কঠোৰ পৰিশ্ৰম কৰাৰ ব্ৰত ল’লে জীৱনত সাফল্যৰ জখলা বগাই ওপৰলৈ উঠি যাব পাৰিম।
APJ ABDUL KALAM Essay In Assamese PDF
ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।
Leave a Comment মন্তব্য বাতিল কৰক
মই অহাবাৰ মন্তব্য কৰাৰ বাবে এই ব্ৰাউজাৰত মোৰ নাম, ইমেইল আৰু ৱেবছাইট সাঁচি থওক।
- PRIVACY POLICY
Daily Assam
- _Environment
- _Anthropology
- _Political Science
- _H and S.Sciences-II
- _Philosophy
- Assam Board
- _Class 12 Solution
- __Assamese Medium
- __English Medium
- __Bengali Medium
- _Class 11 Solution
- _Class 10 Solution
- _Class 9 Solution
- _Class 8 Solutions
- _Class 7 Solutions
- _Class 6 Solution
- _Class 5 Solutions
- _Class 4 Solution
- _Class 3 Solutions
- _Class 2 Solutions
- _Class 1 Solutions
- _Class 8 শংকৰদেৱ
- _Class 7 শংকৰদেৱ
- _Class 6 শংকৰদেৱ
- _Class 5 শংকৰদেৱ
- _Class 4 শংকৰদেৱ
- _Class 3 শংকৰদেৱ
- _Class 2 শংকৰদেৱ
- _Class 1 শংকৰদেৱ
- Jatiya Bidyalay
- _Class 8 AJB (Solutions)
- _Class 7 AJB (Solutions)
- _Class 6 AJB (Solutions)
- _Class 5 AJB (Solutions)
- _Class 4 AJB (Solutions)
- _Class 3 AJB (Solutions)
- _Class 2 AJB (Solutions)
- _Class 1 AJB (Solutions)
- _Class 12 (Solution)
- __Hindi Medium
- _Class 11 (Solution)
- _Class 10 (Solutions)
- _Class 9 (Solutions)
- _Class 8 (Solutions)
- _Class 7 (Solutions)
- _Class 6 (Solutions)
- _Class 5 (Solutions)
- _Class 4 (Solutions)
- _Class 3 (Solutions)
- _Class 2 (Solutions)
- _Class 1 (Solutions)
- _Class 3 (Solution)
- _Class 2 (Solution)
- _Class 1 (Solution)
- WB Solution
- _Class 8 Solution
- _Class 7 Solution
- _Class 5 Solution
- _Class 3 Solution
- _Class 2 Solution
- _Class 1 Solution
- Subject Assamese English Social Science Science Mathematics Education Anthropology Economics Geography History Hindi Political Science Philosophy Sociology Sanskrit
- Others অসমৰ দিৱসসমূহ অসমীয়া কিতাপ অসমৰ জিলাসমূহ সমাৰ্থক শব্দ বিপৰীত শব্দ Assamese People অসমৰ ধানৰ প্ৰজাতি অসমৰ জনপ্ৰিয় লোক অসমীয়া কাহিনী ভাৰতবৰ্ষৰ প্ৰৱিত্ৰ তীৰ্থস্থান অসমীয়া শব্দ বাক্য় ৰচনা অসমৰ উদ্ভিদ গণিতৰ সূত্ৰাৱলী অসমীয়া সঁজুলি বিপৰীত শব্দ অসমৰ জিলাসমূহ অসমীয়া ব্যাকৰণ বিশেষ্যৰ পৰা বিশেষণলৈ এটা শব্দত প্ৰকাশ কৰা অসমীয়া ৰচনা মহান লোকৰ বাণী অসমীয়া নেওঁতা অসমীয়া পঞ্জিকা অসমীয়া দৰখাস্ত অসমৰ চৰাই অসমীয়া কবিতা Assam festival সহজ লভ্য বন দৰবৰ গুণ জনপ্ৰীয় গীত Computer Painting Assam Historical Tools
- District Morigaon Baksa Nagaon Barpeta Biswanath Bongaigaon Cachar Charaideo Chirang Darrang Dhemaji Dhubri Dibrugarh Dima Hasao Goalpara Golaghat Hailakandi Hojai Jorhat Kamrup Metropolitan Kamrup East Karbi Anglong West Karbi Anglong Karimganj Kokrajhar Lakhimpur Majuli Nagaon Nalbari Sivasagar Sonitpur South Salmara-Mankachar Tinsukia Udalguri West Karbi Anglong
- BA KKHSOU Assamese English Social Science Science Mathematics Education Anthropology Economics Geography History Hindi Political Science Philosophy Sociology Sanskrit
- DU Assamese English Social Science Science Mathematics Education Anthropology Economics Geography History Hindi Political Science Philosophy Sociology Sanskrit
ড° এ.পি. জে আব্দুল কালাম অসমীয়া ৰচনা | Dr. A.P. J. Abdul Kalam Assamese Essay In 1500 Words |
ড° এ.পি. জে আব্দুল কালাম
ড° এ.পি. জে আব্দুল কালাম, যাক সকলোৰে "মিছন মঞ্জুৰকাৰী" হিচাপে জানে, ভাৰতৰ ১১তম ৰাষ্ট্ৰপতি আছিল। তেওঁ ২০০২ৰ পৰা ২০০৭লৈ এই পদত থকা সত্ত্বেও, তেওঁ এগৰাকী বিজ্ঞানী, লেখক আৰু জনতা চেতনা প্ৰসাৰক হিচাপে প্ৰখ্যাত। আব্দুল কালামৰ জীৱন আৰু কৰ্মই সৰবৰাহী ব্যক্তিত্বৰ এক উজ্জ্বল দৃষ্টান্ত প্ৰদান কৰে।
কিশোৰবেলাৰ দিন
ড° কালামৰ জন্ম ১৫ অক্টোবৰ, ১৯৩১ত তামিলনাডুৰ ৰামেশ্বৰমত হৈছিল। তেওঁ এক সাধাৰণ মৎস্যজীৱী পৰিয়ালৰ পৰা অহা। বুৰঞ্জী অনুসৰি, কালামৰ পিতৃ মাতৃৰ শিক্ষা অধিক নহলেও, তেওঁ নিজে শিক্ষা অৰ্জনৰ ক্ষেত্ৰত যথেষ্ট উৎসাহী আছিল। শৈশৱত কৈ আছিল "তেওঁৰ উচ্চাশা সপোনৰ দৰে আছিল", আৰু এই সপোনবোৰে তেওঁক অনুপ্ৰাণিত কৰিছিল।
শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন
কালাম প্ৰথমে স্থানীয় বিদ্যালয়ত শিক্ষা লাভ কৰিছিল। তাৰ পাছত তেওঁ মাদ্ৰাজ ইন্সটিটিউট অৱ টেকন’লজীত মহাকাশ বিজ্ঞানত অধ্যয়ন কৰে। তেওঁ নিজৰ কৰ্মজীৱনৰ আৰম্ভণিতে এজন বিজ্ঞানী হিচাপে প্ৰযুক্তি আৰু বিজ্ঞানৰ ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) আৰু ভাৰতীয় প্ৰৱাহ্যশক্তি গৱেষণা সংস্থাত (DRDO) তেওঁৰ বিশেষ অৱদান আছিল।
বিজ্ঞান আৰু প্ৰতিষ্ঠা
কালামৰ কৰ্মজীৱন ভাৰতৰ মহাকাশ আৰু আণৱিক বিজ্ঞানৰ ক্ষেত্ৰত এক বিশেষ স্থান দখল কৰে। তেওঁ ৰকেট আৰু অস্ত্ৰ ব্যৱস্থাপনা উন্নয়নত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। "অগ্নি" আৰু "পৃথিৱী" ৰকেটৰ নিৰ্মাণত তেওঁৰ ভূমিকা বিশেষ ৰূপে উল্লেখযোগ্য।
ৰাষ্ট্ৰপতি হিচাপে
২০০২ চনত, ড° কালাম ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হন। তেওঁৰ ৰাষ্ট্ৰপতি পদত থকা সময়ত, তেওঁ শিক্ষাৰ প্ৰতি বিশেষ মনোযোগ দিছিল। কালামৰ বিশ্বাস আছিল যে শিক্ষাই দেশৰ উন্নতিৰ মূল চাবিকাঠি। তেওঁ "পঁছখন পুৰাণ"ৰ দ্বাৰা যুৱ প্ৰজন্মৰ মাজত নতুন দৃষ্টিভংগী সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল।
"Vision 2020"
কালামৰ "Vision 2020" ৰাষ্ট্ৰৰ উন্নতিৰ বাবে এক দৃষ্টিপাত। এই পৰিকল্পনাই ভাৰতক এটা উন্নত আৰু স্বাবলম্বী ৰাষ্ট্ৰ হিচাপে গঢ়াৰ উদ্দেশ্যে প্ৰস্তুতি গ্ৰহণ কৰিছিল। তেওঁ নিজৰ জীৱনৰ শেষলৈকে দেশৰ উন্নতিৰ বাবে চিন্তা কৰিছিল।
সাহিত্য আৰু চিন্তাধাৰা
কালাম এজন সফল লেখক হিচাপে জনপ্ৰিয়। তেওঁৰ "ৱিংছ অফ ফায়াৰ" গ্ৰন্থখন তেওঁৰ জীৱন আৰু কৰ্মৰ ওপৰত এক মৌলিক দৃষ্টিভংগী প্ৰদান কৰে। তেওঁৰ চিন্তাধাৰা, "স্বপ্ন দেখা আৰু সেইবোৰ পূৰ্ণ কৰিবৰ বাবে কষ্ট কৰা" মানুহক সাফল্যৰ পথেৰে আগবঢ়ায়।
সমাজৰ প্ৰতি অৱদান
কালামৰ জীৱন আৰু কৰ্মই সমাজত ইতিবাচক প্ৰভাৱ পেলাইছে। তেওঁ যুৱ সমাজক অনুপ্ৰাণিত কৰিবলৈ আৰু নতুন চিন্তা-ধাৰাৰ সৃষ্টি কৰিবলৈ নিজৰ জীৱন উৎসর্গ কৰিছিল। তেওঁ প্ৰায়ে কৈছিল, "মোৰ সপোনৰ দৰ্শন হৈছে - আমাৰ ছাত্ৰৰ সপোনবোৰ পূৰ্ণ হোৱাটো।"
উপসংহাৰ
ড° এ.পি. জে আব্দুল কালামৰ জীৱন আৰু কৰ্মই সকলোৰে হৃদয়ত এক বিশেষ স্থান দখল কৰিছে। তেওঁ নিজৰ কৰ্মৰ দ্বাৰা সমগ্ৰ দেশৰ উন্নতিৰ বাবে প্ৰেৰণা যোগাইছে। তেওঁৰ জীৱনৰ পৰা শিক্ষা ল'লে, আমি এই কথাত বিশ্বাস ৰাখিব পাৰোঁ যে, "স্বপ্ন দেখি, আৰু সেইবোৰৰ পূৰ্ণ কৰাৰ বাবে কষ্ট কৰোঁ"। তেওঁ সত্যই জনতাৰ "পৰেৰ পৰা" আৰু "মণিৰ পৰা" সৃষ্টিকৰ্তা হিচাপে সদায় স্মৰণীয় হৈ থাকিব।
ড° কালামৰ জীৱন আৰু দৰ্শনে আমাৰ সকলোলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে, যি হৈছে - "সপোন দেখিবলৈ কেতিয়াও পিছপটৰ পৰা নহ’ব, আৰু সেইবোৰ পূৰ্ণ কৰিবলৈ কষ্ট কৰিবলৈ সদায় আগ্ৰহী হ’ব"। তেওঁ আমাৰ মাজত সদায় জীৱিত থাকিব।
Check by - Mukesh Borah
Puspa Kakati
You may like these posts, post a comment.
UPLOAD QUESTION PAPER Earn Money
Mukhya mantrir nijut moina scheme, all subject solutions, b.com eng medium / ass medium, hs arts solution ( একাদশ/দ্বাদশ শ্ৰেণী ), hs commerce solutions (বানিজ্য), hs science solutions (বিজ্ঞান), seba board solutions (নৱম আৰু দশম), scert assam solutions (চৰকাৰী বিদ্যালয়), sankardev school solutions, assam jatiya bidyalay, ncert all solutions, আমাৰ অসম, social plugin.
Menu Footer Widget
Contact form.
Search This Blog
Assamese medium, assamese essay (অসমীয়া ৰচনা) on dr. a. p. j. abdul kalam|| assamese medium, assamese essay on dr. a. p. j. abdul kalam|| assamese medium, /* style definitions */ table.msonormaltable {mso-style-name:"table normal"; mso-tstyle-rowband-size:0; mso-tstyle-colband-size:0; mso-style-noshow:yes; mso-style-priority:99; mso-style-qformat:yes; mso-style-parent:""; mso-padding-alt:0in 5.4pt 0in 5.4pt; mso-para-margin-top:0in; mso-para-margin-right:0in; mso-para-margin-bottom:10.0pt; mso-para-margin-left:0in; line-height:115%; mso-pagination:widow-orphan; font-size:11.0pt; font-family:"calibri","sans-serif"; mso-ascii-font-family:calibri; mso-ascii-theme-font:minor-latin; mso-hansi-font-family:calibri; mso-hansi-theme-font:minor-latin; mso-bidi-font-family:"times new roman"; mso-bidi-theme-font:minor-bidi;}, dr. a. p. j. abdul kalam essay in assamese, অসমীয়া ৰচনা ড ° এ . পি . জে . আব্দুল কালাম, ড ° এ . পি . জে . আব্দুল কালাম, আৰম্ভণি : .
“ তুমি মােৰ আটাইতকৈ প্রিয় ছাত্র। মােৰ দৃঢ় বিশ্বাস , তােমাৰ কঠোৰ পৰিশ্ৰমে ভৱিষ্যতে আমাৰ শিক্ষকসকলৰ নাম উজ্জ্বল কৰিব। ”– ভাৰতৰ প্ৰাক্তন ৰাষ্ট্রপতি ড ° এ . পি . জে . আব্দুল কালামক তেওঁৰ কলেজীয়া জীৱনতে তেওঁৰ এজন শিক্ষকে এনেদৰে কৈছিল। তেওঁৰ সেই মন্তব্য যে কিমান সঁচা আছিল , তাক দোহৰাৰ কোনাে প্রয়ােজন নাই। আজি তেওঁৰ কৰ্ম আৰু সাধনাই সঁচাকৈয়ে তেওঁৰ শিক্ষকসকলৰ নাম গােটেই বিশ্বতে উজলাই তুলিছে ।
জন্ম আৰু বংশ পৰিচয়:
‘ মিছাইল মানৱ ' হিচাপে খ্যাত ড ° আব্দুল কালামৰ ১৯৩১ চনৰ ১৫ অক্টোবৰৰ দিনা দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যৰ ৰামেশ্বৰম নামৰ এখন সৰু দ্বীপ নগৰীত জন্ম হয়। এটা অল্প - শিক্ষিত পৰিয়ালত জন্ম গ্রহণ কৰা কর্মযােগী ড ° কালামৰ সম্পূর্ণ নামঃ আভূল পাকিৰ বংশ পৰিচয় জয়নুলআবেদিন আব্দুল কালাম। তেওঁৰ নামৰ ইংৰাজী বানান এনে ধৰণৰঃ AVUL PAKIR JAINULABEDIN ABDUL KALAM । তেওঁলােকৰ নাম ৰখাৰ পৰম্পৰা অনুসৰি নিজৰ নামৰ আগত ক্রমান্বয়ে দেউতাকৰ নাম , ককাকৰ নাম আৰু আজো ককাকৰ নাম সন্নিৱিষ্ট কৰা হৈছে ।
ড ° কালামৰ দেউতাক জয়নুলআবেদিনৰ কোনাে আনুষ্ঠানিক শিক্ষা নাছিল। তেওঁলােক বহু ধন - সম্পত্তি থকা মানুহাে নাছিল। তেওঁৰ মাতৃ আছিয়াম্মা এগৰাকী আদর্শ গৃহিণী আছিল। আছিয়াম্মা এটা মানী বংশৰ জীয়ৰী আছিল। তেওঁৰ বংশৰে এজনক বৃটিছসকলে ' বাহাদুৰ ’ উপাধি প্রদান কৰিছিল ।
ড ° কালামৰ পিতৃৰ কেইবাখনো নাওঁ আছিল। সেই নাওঁকেইখনৰ ওপৰতে তেওঁলোকৰ পৰিয়ালটোৰ জীবিকা নির্বাহ হৈছিল। তেওঁ সেইবােৰ ভাৰাত দিছিল। দেউতাকে সাগৰৰ উপকূলত নাওঁ বনোবাৰ কামো কৰিছিল। এবাৰ ধুমুহাত তেওঁলোকৰ কেইবাখনো নাওঁ নষ্ট হয় ।
শিক্ষা আৰু ছাত্র জীৱন:
ড ° কালামৰ শিক্ষা - জীৱনৰ পাতনি মেলে ৰামেশ্বৰমৰে এখন প্ৰাথমিক বিদ্যালয়ত। তাৰ পিছত নিলগৰ ৰামনাথপুৰম চহৰত অবস্থিত শ্বাটজ হাই স্কুলত পঢ়িবলৈ যায়। তাতেই তেওঁ ইয়াদুৰাই চলমন নামৰ এজন পণ্ডিত লগ পায়। তেওঁ ড ° কালামৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল। পণ্ডিত ইয়াদুৰাই চলমনে কালামহতক প্ৰায়ে কৈছিল। “ জীৱনত কৃতকার্য হ ’ বলৈ আৰু মনে বিচৰা ফল লাভ কৰিবলৈ তােমালােকে তিনিটা ঘাই শক্তি বা গুণ আয়ত্ত কৰিব লাগিব। সেইকেইটা হ ’ ল - ইচ্ছা , বিশ্বাস আৰু আশা। মনত ৰাখিবা , নিষ্ঠা আৰু বিশ্বাসৰ গুণত তােমালোকে নিজৰ ভাগ্য নিজে গঢ় দিব পাৰিবা। ”
১৯৫০ চনত তেওঁ ইণ্টাৰমিডিয়েট পঢ়িবলৈ তিৰুচ্চিৰাপল্লীৰ ছেন্ট জোছেফ কলেজত নাম লগায়। তাৰপৰা বিজ্ঞান বিষয়ত স্নাতক ডিগ্রী লাভ কৰাৰ পিছত ১৯৫৪ চনত তেওঁ ইঞ্জিনীয়াৰিং পঢ়িবলৈ মাদ্রাজ ইনষ্টিটিউট অব টেকন ' লজি ( এম . আই . টি .) ত নাম লগায়। তাত নাম লগাবলৈ প্রয়ােজন হােৱা এহেজাৰ টকা তেওঁৰ জোহৰা নমৰ ভনীয়েকজনীয়ে নিজৰ হাতৰ কাণৰ সােণৰ গহণা কেইপদমান বন্ধকত থৈ যােগাৰ কৰিছিল। এম . আই . টি . ৰ দ্বিতীয় বর্ষাত তেওঁৰ বৈমানিক ইঞ্জিনীয়াৰিঙক ( এৰ ’ নটিকেল ইঞ্জিনীয়াৰিঙক ) প্রধান বিষয় হিচাপে বাছি লায়। এম . আই . টি . তে তেওঁ কেইজনমান পণ্ডিত ব্যক্তিক লগ পাইছিল ।
এম . আই . টিৰ পৰা তেওঁক প্রশিক্ষণৰ বাৰে বাঙ্গালােৰত অৱস্থিত হিন্দুস্থান এৰোন ' টিকছ লিমিটেড ( এইচ . এ . এল .) লৈ পঠোৱা হয় ।
১৯৫৮ চনত এইচ . এ . এলৰপৰা এৰ ’ নটিকেল ইঞ্জিনীয়াৰ হৈ ওলাই আহিয়েই তেওঁ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্রণালয়ৰ অধীনস্থ কাৰিকৰী বিকাশ আৰু উৎপাদন সঞ্চালকালয়ত , চমুকৈ ডি . টি . ডি , এণ্ড পি . ( এয়াৰ ) ত এটা চাকৰি পাই যায়। চাকৰিটো আছিল জ্যেষ্ঠ বৈজ্ঞানিক সহকাৰীৰ পদ। এইখিনি সময়তে তেওঁ শব্দতকৈও দ্রুতগতিসম্পন্ন লক্ষ্যভেদী বিমান এখনৰ আৰ্হি প্ৰস্তুত কৰি সকলােৰে প্ৰশংসা লাভ কৰে ।
কর্ম - জীৱন:
প্ৰথমতে তেওঁক টেকনিকেল চেণ্টাৰ ( অসামৰিক বিমান পৰিবহণ ) ত নিযুক্তি দিয়া হৈছিল। কিন্তু বিমানৰ ৰক্ষণ - প্ৰতিৰক্ষণৰ জ্ঞান লাভ কৰাৰ বাবে তেওঁক কানপুৰত থকা বিমান আৰু অস্ত্র - শস্ত্ৰ পৰীক্ষণ কেন্দ্ৰলৈ পঠিয়ায়। তাত তেওঁ নানা ধৰণৰ পৰীক্ষা - নিৰীক্ষাত আত্মনিয়ােগ কৰে। তাৰ কেইবছৰমান পিছত বাঙ্গালােৰত বৈমানিক উন্নয়ন প্রতিষ্ঠান ( এ , ডি , আই .) স্থাপন কৰা হয়। সেই নতুন প্রতিষ্ঠানটোলৈ তেওঁক স্থানান্তৰ কৰা হয়। সেই সময়ছােৱাত তেওঁৰ বিশেষভাবে উল্লেখযােগ্য কামটো আছিল দেশীয় ভাসমান যান ( হােভাৰ ক্ৰাফ্ট ) তৈয়াৰ কৰাটো। কিন্তু ৰাজনৈতিক মেৰপাকত পৰি হােভাৰ ক্ৰাফ্টৰ আঁচনিত যতি পৰে ।
১৯৬২ চনত তেওঁ মহাকাশ গৱেষণা কেন্দ্ৰত নিযুক্তি পায়। পৰৱৰ্তী কালত কেৰালাৰ থুম্বাত প্রতিষ্ঠিত উপগ্রহ উৎক্ষেপণ কেন্দ্ৰত তেওঁক বিশেষ দায়িত্ব দি পঠোৱা হয়। পিছত তেওঁৰ ওপৰত এছ , এল . ভি . ৰ সঞ্চালকৰ দায়িত্ব অর্পিত হয় ।
১৯৮০ চনৰ ১৮ জুলাই তাৰিখে ‘ ৰােহিণী ’ উপগ্ৰহৰ উৎক্ষেপণ ড ° কালামৰ জীৱনৰ এটা ডাঙৰ কৃতিত্ব। তেওঁ তেওঁৰ কৰ্ম - জীৱনৰ ১৯টা বছৰ ভাৰতীয় মহাকাশ গবেষণা প্রতিষ্ঠানৰ কামত ব্যয় কৰে ।
১৯৮২ চনত তেওঁ ভাৰতৰ মিছাইল উন্নয়ন প্রকল্পত কাম কৰিবলৈ আৰম্ভ কৰে। ইন্টিগ্রেটেড গাইডেড মিছাইল ডেভেলপমেন্ট আঁচনিৰ বিজ্ঞানী হিচাপে তেওঁ ভাৰতৰ প্ৰতিৰক্ষা আৰু মিছাইলৰ ক্ষেত্ৰত উল্লেখযােগ্য সঁহাৰি আগ বঢ়ায়। এই আঁচনিৰ অধীনতে ‘ অগ্নি ' আৰু ' পৃথ্বি ' মিছাইল উৎক্ষেপণ কৰা হয়। ড ° কালামৰ তত্ত্বাৱধানতে ১৯৯৮ চনত ভাৰতে এলানি পাৰমাণৱিক বােমাৰ পৰীক্ষামূলক বিস্ফোৰণ ঘটায় ।
১৯৯২ চনত তেওঁক প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈজ্ঞানিক পৰামৰ্শদাতা হিচাপে নিয়ােগ কৰা হয়। তাৰ লগতে তেওঁক জেনেৰেল অব ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেলপমেন্ট অৰগানাইজেচনৰ সঞ্চালকৰ পদত অভিষিক্ত কৰা হয় ।
১৯৯৯ চনৰ নৱেম্বৰৰ পৰা ২০০১ চনৰ নৱেম্বৰ মাহলৈ তেওঁ কেন্দ্রীয় চৰকাৰৰ মুখ্য বৈজ্ঞানিক পৰামর্শদাতা হিচাপে কাম কৰে। ২০০১ চনত তেওঁ চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ৰ গৱেষণামূলক কামত নিজকে জড়িত কৰি বহুতাে উন্নয়নমূলক কাম কৰে। পিছত এই বিশ্ববিদ্যালয়খনে তেওঁলৈ ' প্ৰফেছৰ এমিৰিটাছ ’ উপাধি আগবঢ়ায় ।
বটাঁ - সন্মান :
দেশ আৰু জাতিৰ উন্নতিৰ বাবে আগবঢ়োৱা নানা ধৰণৰ সেৱামূলক কামৰ বাবে ভাৰত চৰকাৰে তেওঁলৈ ১৯৮১ চনত পদ্মভূষণ , ১৯৯০ চনত পদ্মবিভূষণ আৰু ১৯৯৭ চনত ভাৰত ৰত্ন বঁটা আগবঢ়ায়। ইতিমধ্যে আঠাইশখনৰাে অধিক বিশ্ববিদ্যালয়ে তেওঁক ডি . এছ . চি . (D. Sc-Doctor of Science) উপাধি প্রদান কৰে ।
ইতিমধ্যে তেওঁলৈ ভালেকেইটা বঁটা আগবঢ়োৱা হয়। সেইবােৰ এনে ধৰণৰঃ নেচনেল ডিজাইন এৱাৰ্ড , ড ° বীৰেন ৰয় স্পেছ এৱাৰ্ড , প্রফেছৰ ওৱাই নায়াডুম্মা মেম ’ ৰিয়েল গ ' ল্ড মেডেল ( ১৯৯৬ ), ডি . এম . মােডি এৱাৰ্ড ফৰ ছায়েন্স ( ১৯৯৬ ), আৰ . কে . ফিৰডিয়া এৱাৰ্ড ফৰ এক্সেলেন্স ইন ছায়েন্স এণ্ড টেকন ' লজি ( ১৮৯৬ ), জাতীয় সংহতিৰ ইন্দিৰা গান্ধী বঁটা ( ১৯৯৭ ), বীৰ ছাভাৰকাৰ বঁটা ( ১৯৯৮ ), আর্যভট্ট বটা ।
শিল্প - সাহিত্য সাধনা:
ড ° কালাম অকল বিজ্ঞানী বা প্রশাসনিক নেতাই নহয় , তেওঁ এজন শিল্প - সংস্কৃতিপ্রেমী আৰু সাহিত্যৰ সাধকো। আজৰি সময়ত তেওঁ বীণা বজায়। কর্ণাটকী সংগীতৰ তেওঁ এজন ৰসগ্রাহী পণ্ডিত। তেওঁ লিখা - মেলাও কৰে। তামিল ভাষাত তেওঁ ভালেখিনি কবিতা ৰচনা কৰিছে। তাৰে ১৭টা কবিতা ইংৰাজীলৈ অনুবাদ কৰি তেওঁ এখন সংকলন প্রকাশ কৰিছে। 'My Journey' নামৰ এই কবিতা সংকলনখন ১৯৯৪ চনত প্রকাশ পায়। তেওঁৰ প্রকাশিত ইংৰাজী গ্রন্থকেইখনৰ নামঃ India 2020: A vision for the new Millennium', 'Wings of Fire: An Autobiography', ‘Ignited Minds- unleashing the power withing India' ।
ৰাষ্ট্ৰপতি নিৰ্বাচন:
এই বিজ্ঞানীজনেই ২০০২ চনৰ ২৫ জুলাই তাৰিখে ভাৰত গণৰাজ্যৰ ৰাষ্ট্রপতি পদত অধিষ্ঠিত হয়। ৰাষ্ট্রপতি হােৱা সময়ত তেওঁৰ বয়স হৈছিল ৭০ বছৰ ৯ মাহ ১০ দিন। ৰাষ্ট্রপতি হিচাপে শপত গ্ৰহণ কৰি ৰাষ্ট্ৰৰ উদ্দেশ্যে দিয়া দহ মিনিটৰ ভাষণত দেশৰ সামৰিক আৰু অর্থনৈতিক আত্মনিৰ্ভৰশীলতাৰ ওপৰত অধিক গুৰুত্ব দিয়ে। তেওঁ সীমান্তৰ সিপাৰৰ পৰা হােৱা সন্ত্রাসবাদ বন্ধ কৰাৰ ওপৰতাে গুৰুত্ব দিয়ে। দেশৰ পৰা দৰিদ্রতা দূৰ কৰা , নিৱনুৱা সমস্যা দূৰ কৰা , ৰাষ্ট্ৰীয় নিৰাপত্তা নিশ্চিত কৰা ইত্যাদিৰ ওপৰতাে তেওঁ বিশেষ গুৰুত্ব আৰােপ কৰে। ২০০৭ চনৰ ২৫ জুলাইলৈকে তেখেত ভাৰতবৰ্ষৰ ৰাষ্ট্রপতি পদত অধিষ্ঠিত হৈ আছিল ।
২০১৫ চনৰ ২৭ জুলাইত শ্বিলঙৰ ইণ্ডিয়ান ইন্সটিটিউট অৱ মেনেজমেণ্টৰ এটি অনুষ্ঠানত ভাষণ দি থকা অৱস্থাত হঠাৎ হৃদৰােগত আক্ৰান্ত হৈ এইজন মণিষীৰ পৰলােকপ্ৰাপ্তি ঘটে ।
সামৰণি:
ড ° আব্দুল কালাম এজন আশাবাদী মনৰ ব্যক্তি। তেওঁ মনত কোনাে ধৰণৰ নিৰাশাক ঠাই ল ’ বলৈ নিদিয়ে। তেওঁ এজন উচ্চাকাংক্ষী মনৰ মানুহ। সেয়ে তেওঁ দেশৰ যুৱসমাজক উদ্দেশ্য কৰি কৈছে যে সংকীর্ণ আৰু তুচ্ছ লক্ষ্য স্থিৰ কৰি আগুৱাই যােৱাটো এটা অপৰাধ। তেওঁ এজন কঠোৰ পৰিশ্ৰমী ব্যক্তি। তেওঁৰ সেই পৰিশ্রম অথলে যােৱা নাই। তেওঁ সময়ৰ কাম সময়ত সমাধা কৰে ।
তেওঁৰ দ্বাৰা অনুপ্রাণিত হৈ আমিও কঠোৰ পৰিশ্ৰম কৰাৰ ব্ৰত ল ’ লে জীৱনত সাফল্যৰ জখলা বগাই ওপৰলৈ উঠি যাব পাৰিম ।
Post a Comment
Popular posts from this blog, chapter wise seba class 10 maths questions answers solved-assamesemedium.in.
All About Ratna Kanta Borkakoti And Ratna Kanta Borkakoti All Poems Collection ||Assamese Medium
All About Mitradev Mahanta And Mitradev Mahanta All Poems Collection || Assamese Medium
- Privacy Policy
- Assam History
- Trending Topic
- HS First Year
Biography of Missile Man Dr APJ Abdul Kalam in Assamese - ড॰ এ পি জে আব্দুল কালামৰ বিষয়ে
Life History of Former President of India Dr APJ Abdul Kalam in Assamese - ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড॰ এ পি জে আব্দুল কালামৰ জীৱন বৃত্তান্ত
নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ Assam GK Gyan ৱেবছাইটলৈ। আমাৰ ৱেবছাইটৰ পেজ সমূহৰ দ্বাৰা আমি আপোনালোকক অসমৰ বিভিন্ন বিষয়ৰ তথ্য সম্পৰ্কে জনাব বিচাৰিছো। আশা কৰিছো আপােনালােকে আমাৰ Assam GK Gyan ৰ তথ্যৰাজিৰ পৰা সামান্য হ'লেও উপকৃত হ'ব। বিশেষভাৱে এই articles সকলাে প্রতিযােগিতামূলক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰস্তুত কৰা হৈছে। আপোনালোকে যদি আমাৰ ৱেবছাইটৰ বিভিন্ন তথ্যসমূহ পঢ়ি উপকৃত হৈছো বুলি ভাবে তেন্তে যিমান পাৰে সিমানেই পেজবোৰ শ্বেয়াৰ কৰক, যাতে আনসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ'ব পাৰে। লগতে তলত আমাৰ টেলিগ্রাম গ্রুপ আৰু ফেচবুক পেজৰ লিংক প্ৰদান কৰা হৈছে তাতো গৈ জইন কৰিব পাৰে। আমাৰ টেলিগ্রাম গ্রুপত নিতৌ বিভিন্ন বিষয়ৰ পৰীক্ষাৰ Pdf প্ৰদান কৰা হয়।
Hello aspirants, in this article we have provided you the Biography of Missile Man Dr APJ Abdul Kalam in Assamese language. So, read the Life History of Former President of India Dr APJ Abdul Kalam in Assamese for the upcoming Assam TET, APSC Prelims as well as other Assam govt exams. This article on Dr APJ Abdul Kalam (ড॰ এ পি জে আব্দুল কালাম) in Assamese language are extremely important and should be a part of your preparation.
ড॰ এ পি জে আব্দুল কালামৰ জীৱন বৃত্তান্ত
নাম : আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম
জন্ম : ১৫ অক্টোবৰ ১৯৩১ চন
জন্ম স্থান : তামিলনাডুৰ ৰামেশ্বৰম
পিতৃৰ নাম : জয়নুল আবেদিন মাৰাকায়েৰ
মাতৃৰ নাম : আশিআম্মা
শিক্ষা : মাদ্ৰাজ ইনষ্টিটিউট অৱ টেকনলজীত এৰোনটিকেল ইঞ্জিনিয়াৰিং
পেছা : বৈজ্ঞানিক
মৃত্যু : ২৭ জুলাই, ২০১৫
আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম (Avul Pakir Jainulabdeen Abdul Kalam) ৰ সৰ্বপৰিচিত নাম ড॰ এ পি জে আব্দুল কালাম। তেওঁ একাধাৰে এগৰাকী ভাৰতীয় বিজ্ঞানী, ৰাজনীতিবিদ আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি। কালামৰ জন্ম হৈছিল তামিলনাডুৰ ৰামেশ্বৰম নামে ঠাইত ১৫ অক্টোবৰ ১৯৩১ চনত। শিক্ষাগত অৰ্হতাস্বৰূপে ড॰ এ পি জে আব্দুল কালামে তিৰুচিৰাপল্লীৰ চেইণ্ট যোচেফ কলেজৰ পৰা পদাৰ্থ বিজ্ঞান আৰু চেন্নাইৰ মাদ্ৰাছ ইনষ্টিটিউট অৱ টেকন'লজিৰ পৰা এৰ'স্পেছ ইঞ্জিনিয়াৰিং বিষয় হিচাপে লৈ উত্তীৰ্ণ হয়।
• Must visit : List of Chairman of ISRO for APSC
• Must visit : List of Satellites Launched by ISRO
• Eternal Quest: Life and Times of Dr Kalam by S Chandra; Pentagon Publishers, 2002.
• President A P J Abdul Kalam by R K Pruthi; Anmol Publications, 2002.
• A P J Abdul Kalam: The Visionary of India by K Bhushan, G Katyal; A P H Pub Corp, 2002.
• A Little Dream (documentary film) by P. Dhanapal; Minveli Media Works Private Limited, 2008.
• The Kalam Effect: My Years with the President by P M Nair; Harper Collins, 2008.
• My Days With Mahatma Abdul Kalam by Fr A K George; Novel Corporation, 2009.
১. এটি ভাল কিতাপ এশ ভাল বন্ধুৰ সমান, কিন্তু এজন ভাল বন্ধু এটি লাইব্ৰেৰীৰ সমান।
২. সফলতাৰ গল্প নপঢ়িবা, কাৰণ তাৰ পৰা তুমি গল্পটোহে জানিবা ব্যর্থতাৰ গল্প পঢ়া, তেন্তে সফল হোৱাৰ কিছু উপায় পাবা।
৩. সপোন পূৰণ নোহাৱা লৈকে সপোন দেখি যোৱা ।
সপোন সেয়া নহয়, যি মানুহে নিদ্ৰাত দেখে ,সপোন সেয়া হয়, যিয়ে নেকি তাক পূৰণৰ প্রত্যাশাই সপোনৰ গৰাকীক নিদ্ৰা যাবলৈ নিদিয়ে।
৪. মানুহে নিজৰ ভবিষ্যত পৰিৱৰ্তন কৰিব নোৱাৰে , কিন্তু অভ্যাস পৰিৱৰ্তন কৰিব পাৰে। অভ্যাসেই মানুহৰ ভৱিষ্যত পৰিৱৰ্তন কৰি দিয়ে।
৬. উদাৰ ব্যক্তিসকলে ধর্মক ব্যৱহাৰ কৰি বন্ধুত্বৰ হাত শক্তিশালী কৰে । কিন্তু সংকীর্ণ মনস্ক সকলে ধর্মক যুদ্ধৰ অস্ত্র হিচাপে ব্যৱহাৰ কৰে।
৭. প্ৰকৃত নেতাই সমস্যাক ভয় নকৰে । বৰঞ্চ সমস্যাৰ লগত যুঁজিব জানিব। সি কাম কৰিব লাগিব সততাৰ সৈতে ।
৮. জাতিৰ আটাইতকৈ ভাল মেধা, ক্লাচৰুমৰ শেষ বেঞ্চৰ পৰা পোৱা যাব পাৰে ।
৯. ছাত্রজীৱনত মই বিমানৰ পাইলট হ'ব বিচাৰিছিলো। কিন্তু সেই স্বপ্ন পূৰণত ব্যর্থ হৈ আজি হ'লো ৰকেট বিজ্ঞানী।
১০. জীৱন আৰু সময় পৃথিবীৰ শ্রেষ্ঠ শিক্ষক। জীৱনে সময়ৰ সৎ ব্যৱহাৰ শিকায়, আৰু সময়ে শিকায় জীৱনৰ মূল্য।
১১. কঠিন কামত আনন্দ বেচি পোৱা যায়। সেয়ে সফলতাৰ আনন্দ পোৱাৰ বাবে মানুহৰ কামবোৰ কঠিন হোৱা উচিত।
১২. প্রথম সাফল্যৰ পিছত বহি নাথাকিবা। কাৰণ দ্বিতীয়বাৰ যেতিয়া তুমি ব্যর্থ হবা, তেতিয়া অনেকেই ক'ব যে, প্রথমত কেৱল ভাগ্যৰ বলতহে সফল হৈছিলা ।
১৩. যিসকলে মন দি কাম নকৰে, সেইসকলে আচলতে একোৱেই নাপায়। আৰু পালেও সেয়া হয় অর্ধ হৃদয়ৰ সফলতা। তাত সদায় এক ধৰণৰ তিক্ততা থাকি যায়।
১৪. তৰুণ প্রজন্মলৈ মোৰ বার্তা হ'ল- সিহঁত ভিন্নভাৱে চিন্তা কৰাৰ সাহস গোটোৱাৰ অধিকাৰী হব লাগিব । মনৰ ভিতৰত আবিষ্কাৰৰ উদ্দীপনা থাকিব লাগিব । নিজৰ সমস্যা নিজেই দূৰ কৰাৰ মানসিকতা থাকিব লাগিব ।
১৫. বৰষুণ আৰম্ভ হলেই সকলো চৰাই কৰবাত নহয় কৰবাত আশ্রয় খোঁজে। কিন্তু ঈগলে মেঘৰ ওপৰেদি উৰি বৰষুণক পাৰ কৰি যায়।
১৬. কাৰোবাক পৰাজয় কৰাটো অতি সহজ, কিন্তু কঠিন হ'ল কাৰোবাৰ মন জয় কৰা।
১৭. তুমি যদি তোমাৰ কামক চ্যেলুট কৰা, চাবা তুমি আন কাৰোবাক চ্যেলুট কৰাৰ প্ৰয়োজন নহব। কিন্তু তুমি যদি তোমাৰ কামক অসম্মান কৰা, গুৰুত নিদিয়া, ফাঁকি দিয়া, তেনেহলে তুমি সকলোক চ্যেলুট কৰিয়েই জীৱন কটাব লাগিব ।
১৮. প্রতি পুৱাই এই পাঁচটা শাৰী জপ কৰিবা :
১) মই শ্ৰেষ্ঠ। I'm the best.
২) মই কৰিব পাৰোঁ। I can do it.
৩) সৃষ্টিকর্তা সৰ্বদায় মোৰ লগত আছে।
৪) মই বিজয়ী।
৫) আজিৰ দিনটো মোৰ।
১৯. তিনিজন ব্যক্তিয়ে পাৰে এটি দেশ বা জাতিক পৰৱৰ্তন কৰিবলৈ : পিতৃ, মাতৃ আৰু শিক্ষক।
২০.জীৱনত সমস্যাৰ প্রয়োজন আছে। সমস্যা আছে বাবেই সাফল্যত ইমান আনন্দ।
• Subscribe our Youtube channel
• Join our Facebook Page
• Join our telegram Channel
* Recent Most Searches :
* Renowned Writers of Assamese Literature and Culture
* Bir Chilarai-The Great Warrior of Koch Kingdom
* অসম দিৱস বা ছ্যুকাফা দিৱসৰ বিষয়ে
Hello if you like the article on Life History of Former President of India Dr APJ Abdul Kalam in Assamese , do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.
Mohsin_Dewan
You may like these posts, post a comment.
(Please do not enter any spam link)
Social Plugin
Popular search, trending on google.
50 World GK Questions and Answers in Assamese Language - বিশ্ব কুইজ
Assam Police SI Answer Key 2022 - Assam Police SI Solved Question Paper 2022
DHS Assam Previous Years Question Paper Download (DHS, DME, DHSFW) 2018, 2019, 2020, 2021
Assam Police AB UB Solved Question Paper 2022
Biography of Ananta Kandali in Assamese | Life History of Ananta Kandali in Assamese for Competitive Exam
Biography of Ram Saraswati in Assamese | Life History of Ram Saraswati in Assamese
Assam Police GK Question and Answer - Assam Police AB-UB Important Question 2022
500 Assam GK Questions and Answers for Competitive Exams - ৫০০ টা গুৰুত্বপূৰ্ণ অসম কুইজ
- Assam History 20
- Assam TET 48
- Biography 25
- GK Assam 66
- HS First Year 1
- HS Second Year 3
- Indian History 3
- Mock Test 3
- Solved Papers 2
- Trending Topic 17
Footer Copyright
Contact form.
IMAGES
VIDEO
COMMENTS
এ পি জে আব্দুল কালাম. এই প্ৰবন্ধটো ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ বিষয়ে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুক্তিযোদ্ধাজনৰ বিষয়ে চাবৰৰ ...
ভাৰতক বিশ্বৰ বুকুত শীৰ্ষত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ড০ এ.পি.জে. আব্দুল কালাম (Dr. A.P.J. Abdul Kalam)-ৰ অৱদান আছিল অতুলনীয়। আব্দুল কালাম ৰূপে ...
‘মিছাইল মানৱ’ হিচাপে খ্যাত ড° আব্দুল কালামৰ ১৯৩১ চনৰ ১৫ অক্টোবৰৰ দিনা দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যৰ ৰামেশ্বৰম্ নামৰ এখন সৰু দ্বীপ ...
Q. How to write a paragraph on APJ Abdul Kalam? Ans. Dr. APJ Abdul Kalam is a famous name all over the world. He is considered one of the greatest scientists of the 21st century. Moreover, he served his country as the …
আজি আমি APJ ABDUL KALAM Essay In Assamese আপোনালোকৰ বাবে লৈ আহিছোঁ যিয়ে আপোনাক আগন্তুক HSLC/HS 2024 Final Exam ৰ বাবে বহুত সহায় কৰিব।
Assamese English Social Science Science Mathematics Education Anthropology Economics Geography History Hindi Political Science Philosophy Sociology Sanskrit WB Solution Our App …
A P J Abdul Kalam: The Life of India’s Missile Man. আব্দুল কালাম, যাক “মিছাইল মেন অৱ ইণ্ডিয়া” বুলি জনা যায়, এজন প্ৰখ্যাত বিজ্ঞানী, শিক্ষাবিদ আৰু ৰাজনীতিবিদ ...
Dr. A. P. J. ABDUL KALAM Essay In Assamese অসমীয়া ৰচনা ড° এ. পি. জে. আব্দুল কালাম Skip to main content Search This Blog
Biography of Dr.A.P.J Abdul Kalam in Assamese/এ.পি.জে ... ° এপিজে আব্দুল কালামৰ বিষয়ে সৰু ৰচনাEssay On Dr APJ Abd ...
So, read the Life History of Former President of India Dr APJ Abdul Kalam in Assamese for the upcoming Assam TET, APSC Prelims as well as other Assam govt exams. This article on Dr APJ Abdul Kalam (ড॰ এ পি জে …